Recents in Beach

First in Assam ~ First assamese men ~ প্ৰথম অসমীয়া পুৰুষ ~ GK in Assamese and english

প্ৰথম অসমীয়া পুৰুষ ( First Assamese )

1. প্ৰথম অসমীয়া স্নাতক ( First Graduate of Assam ) -> আনন্দৰাম বৰুৱা ( Anandaram Baruah )

2. প্ৰথম অসমীয়া চাহ খেতিয়ক ( First tea farmer of Assam ) -> জগন্নাথ বৰুৱা ( Jagannath Baruah )

3. কুমেৰুত পদাৰ্পণ কৰা প্ৰথম অসমীয়া বিজ্ঞানী ( First assamese scientist entered in South Pole ) -> ৰাঘৱ চন্দ্ৰ ডেকা ( Raghav Chandra deka ) 

4. প্ৰথম অসমীয়া জাতীয় কংগ্ৰেছৰ সভাপতি ( President of National Congress) -> দেৱকান্ত বৰুৱা ( Devakanta Baruah )

5. প্ৰথম অসমীয়া ৰিজাৰ্ভ বেংকৰ সঞ্চালক ( Executive Director of Reserve Bank of India) -> গনেশ ফুকন (Ganesh Phukan)

6. প্ৰথম অসমীয়া ভাৰতীয় অসামৰিক সেৱা বিষয়া ( First Assamese ICS) -আনন্দৰাম বৰুৱা ( Anandaram Baruah )

7. বিদেশলৈ পঢ়িব যোৱা প্ৰথম অসমীয়া ( First Assamese to go to foreign for study ) -> আনন্দৰাম ঢেকিয়াল ফুকন ( Anandaram Dhekiyal Phukan )

8. বিদেশত ইঞ্জিনিয়াৰিং পাছ কৰা প্ৰথম অসমীয়া ( First Assamese who had passed Engineering in foreign country ) -> বলিনাৰায়ণ বৰা ( Balinarayan Borah )

9. এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া ( First gold madelist in Asian Games) -> ভোগেশ্বৰ বৰুৱা ( Bhogeswar Baruah )

10. প্ৰথম অসমীয়া ছলছিত্ৰ নিৰ্মাতা ( First Assamese Film Maker ) -> জ্যোতিপ্ৰসাদ আগৰৱালা ( Jyoti Prashad Agarwala )

11. প্ৰথম অসমীয়া ডক্টৰেট ( First doctorate of Assam ) -> ময়িদুল ইচলাম বৰা ( Moidul Islam Borah )

12.  প্ৰথম অসমীয়া আইন বিষয়ত ডক্তৰেট ( First doctorate in Law ) -> ডক্টৰ জগদীশ মেধি ( Dr. Jagadish Medhi )

13. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য্য ( First assamese Vice-Chancellor of Guwahati University ) -> কৃষ্ণকান্ত সন্দিকৈ ( Krishnakanta Handique )

14. অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ( First Assamese Vice Chancellor of University outside Assam ) -> শৰৎ কুমাৰ দত্ত ( Sarat Kumar Dutta )

15. প্ৰথম অসমীয়া বুৰঞ্জী লিখক ( First Assamese History writer ) -> হলিৰাম ফুকন ( Haliram Phukan )

16. " ভাৰতৰত্ন " পোৱা প্ৰথম অসমীয়া ( First Assamese to get Bharatratna Award ) -> গোপীনাথ বৰদলৈ ( Gopinath Bardoloi )

17. প্ৰথম অসমীয়া মুখ্যমন্ত্ৰী ( First assamese Chief minister ) -> গোপীনাথ বৰদলৈ ( Gopinath Bordoloi )

18. প্ৰথম অসমীয়া ৰাজ্যপাল ( First Assamese Governor ) -> বিষ্ণুৰাম মেধি ( Bishnuram Medhi )

19. প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ( First Assamese President ) -> ফকৰুদ্দিন আলী আহমেদ ( Fakaruddhi Ali Ahmed )

20. প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ বিচাৰপতি ( First Assamese judge of High Court ) -> হলিৰাম ডেকা ( Haliram Deka )

21. প্ৰথম অসমীয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ( First Assamese judge of Supreme Court ) -> পাৰ্বতী কুমাৰ গোস্বামী ( Parbati Kumar Goswami )

22. ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সভাৰ উপমন্ত্ৰী হোৱা প্ৰথম অসমীয়া ( Firrst assamese to become vice minister of Union Council of Minister of India ) 
-> সুেৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই ( Surendra Nath Burhagohain )

23. ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সভাৰ পূৰ্ন পৰ্য্যায়ৰ মন্ত্ৰী হোৱা প্ৰথম অসমীয়া ( Firrst assamese to become ful - fledged minister of Union Council of Minister of India )

24. দাদা চাহেব ফাল্কে বটা পোৱা প্ৰথম অসমীয়া ( First Assamese to get Dada saheb Phalke Award )
-> ভূপেন হাজৰিকা ( Bhupen Hazarika )

25. এছিয়ান গেমছত স্বৰ্ণ পদক পৱা প্ৰথম অসমীয়া ( First assamese to get Gold Madel in Asian Games )
-> ভোগেশ্বৰ বৰুৱা ( Bhogeswar Barush )

26. প্ৰথম অসমীয়া আই. চি. এছ (  First assamese ICS ) -> আনন্দৰাম বৰুৱা ( Anandaram Baruah )

27. প্ৰথম অসমীয়া অভিধান ৰচক ( First Assamese dictionary writer ) -> যদুৰাম ডেকা বৰুৱা ( Jaduram Deka Baruah )

28. অসম সাহিত্য সভাৰ প্ৰথম সভাপতি ( First President of Assam Sahitya Sabha ) -> পদ্মনাথ গোহাঁই বৰুৱা ( Padmanath Gohain Baruah )

29. প্ৰথম অসমীয়া গদ্য লিখক ( First assamese prose writer ) -> ভট্টদেৱ ( Bhattadev )

30. কাজাখস্তানৰ প্ৰেচিডেন্ট কাপ বক্সিঙত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া তথা ভাৰতীয় ( First Assamese to win President Cub Boxing of Kajakhstan )
-> শিৱ থাপা ( Shiv Thapa )

Post a Comment

3 Comments