পুৰণি অসমৰ শাসন ব্যৱস্থা : (Adninistration of Ancient Assam ) :
-> পুৰণি অসমৰ শাসন ব্যৱস্থা সম্পৰ্কে তাম্ৰলিপি (Epigraph) আৰু কালিকা পুৰাণত (Kalika Puran) ত পোৱা যায় । কালিকা পুৰাণৰ অন্তৰ্গত ৰাজনীতি (Rajniti) নামৰ অধ্যায়টোৰ পৰা সেই সময়ত ৰজা আৰু আন মন্ত্ৰীসকলৰ দায়িত্বৰ বিষয়ে আভাষ পাঁও ।
-> কালিকা পুৰাণত (Kalika Puran) ত ৰাজ্য এখনৰ 7 টা মৌলিক উপাদানত গুৰুত্ব প্ৰদান (Element) কৰা হৈছে -
কেন্দ্ৰীয় শাসন ব্যৱস্থা (Central Administration) :
-> ৰাজতান্ত্ৰিক (Monarcy) শাসন ব্যৱস্থা চলিছিল ।
-> ৰজাই মহাৰাজাধিৰাজ (Maharajadhiraj) উপাধি গ্ৰহণ কৰছিল ।
-> ৰজাৰ মূল কৰ্তব্য আছিল -
1. প্ৰজাৰ হিতৰ অৰ্থে কাম কৰা ।
2. বৰ্ণাশ্ৰমধৰ্ম (Varnashrama - dharma) অৰ্থাৎ চাৰিটা বৰ্ণ আৰু চাৰিখন আশ্ৰমৰ চোৱাচিটা কৰা ।
চাৰিটা বৰ্ণ (Social division) আছিল - ব্ৰাহ্মণ (Brahmin) , ক্ষত্ৰিয় (Khsatriya) , বৈশ্য (Baishya), শূদ্ৰ (Sudra) ।
চাৰিখন আশ্ৰম মানে হ'ল জীৱনৰ চাৰিটা বয়সভিত্তিক বিভাগ (4 stages of life) -
-> ৰজাৰ সহায়কাৰী বিষয়া (Officers) সকল আছিল -
স্থানীয় শাসন ব্যৱস্থা (Local Administration) :
ইয়াৰ উচ্চ শাখাটোৰ পৰা নিম্ন গোটটোলৈ ক্ৰমে আছিল -
-> দুই ধৰণৰ কৰ (Tax) ব্যৱস্থাৰ বিষয়ে পোৱা যায় -
-> ব্ৰাহ্মণ সকলক অনুদান দিয়া ভূমিক কোৱা হৈছিল - ব্ৰাহ্মদেয় (Brahmadeya) [ যিটো কৰমুক্ত (Tax free) আছিল ]
-> মঠ - মন্দিৰ সমূহক অনুদান দিয়া ভূমিক কোৱা হৈছিল - দেৱোত্তৰ (Devottara) বা ধৰ্মোত্তৰ (Dharmottara) ।
0 Comments