অসমৰ ৰাষ্ট্ৰীয় উদ্যান (National Parks of Assam):
অসমত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান আছে 5 খন -
1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) :
-> এই ৰাষ্ট্ৰীয় উদ্যানখন গোলাঘাট (Golaghat) , কাৰ্বি আংলং (Karbi Anglong) আৰু নগাঁও (Nagaon) - এই তিনিখন জিলাত আছে ।
-> 1950 চনত অভয়াৰণ্য (Wild Life Sanctuary) ঘোষণা কৰা হয় ।
-> 1974 চনত ৰাষ্ট্ৰীয় উদ্যান (National Park) ঘোষণা কৰা হয় ।
-> 1985 চনত UNESCO ৰ দ্বাৰা বিশ্ব জৈৱ বৈচিত্ৰ ক্ষেত্ৰ (World Heritage site) ঘোষণা ।
-> 2006 চনত ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্প (Tiger reserve) হিচাপে নিৰ্বাচন ।
-> কাজিৰঙা এশিঙীয়া গড়ৰ (One horned Rhino) বাবে পৃথিৱী বিখ্যাত ।
2. ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (National Park) :
-> ডিব্ৰুগড় (Dibrugarh) আৰু তিনিচুকীয়াত (Tinsukia) ত অৱস্থিত ।
-> 1997 চনত সংৰক্ষিত বনাঞ্চল (Biosphere reserve) হিচাপে ঘোষিত হয় ।
-> 1999 চনত ৰাষ্ট্ৰীয় উদ্যান (National Park) হিচাপে ঘোষিত ।
-> ইয়াত অসমৰ ৰাজ্যিক পক্ষী দেও হাঁহ (White winged wood duck) আৰু বনৰীয়া ঘোঁৰা (Wild Horse) পোৱা যায় ।
3. মানাহ ৰাষ্ট্ৰীয় উদ্যান (Manah National Park) :
-> চিৰাং (Chirang) আৰু বাক্সা (Baksa) জিলাত আছে ।
-> 1973 ত ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্প (Tiger Reserve project) প্ৰথম ইয়াতে শুভাৰাম্ভ কৰা হয় ।
-> 1985 ত বিশ্ব জৈৱ বৈচিত্ৰ ক্ষেত্ৰ (World Heritage Site) হিচাপে ঘোষিত ।
-> 1989 ত UNESCO ৰ দ্বাৰা সংৰক্ষিত বনাঞ্চল (Biosphere reserve) হিচাপে নিৰ্বাচিত হয় ।
-> 1990 ত ৰাষ্ট্ৰীয় উদ্যান (National Park) হিচাপে ঘোষিত ।
-> ইয়াত সোণালী বান্দৰ (Golden Langur) , বাঘ (Royal Bengal Tiger ) আদি পোৱা যায় ।
4. ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)
-> দৰং (Darrang) আৰু শোনিতপুৰ (Sonitpur) জিলাত আছে ।
-> 1985 চনত অভয়াৰণ্য (Wild Life Sanctuary) ঘোষণা ।
-> 1992 ত ৰাজীৱ গান্ধী অভয়াৰণ্য (Rajiv Gandhi Wild Life Sanctuary) হিচাপে নামাকৰণ ।
-> 1999 ত ৰাষ্ট্ৰীয় উদ্যান (National Park) ঘোষণা ।
5. নামেৰী ৰাষ্ট্ৰীয় উদ্যান (Nameri National Park):
-> শোনিতপুৰ (Sonitpur) জিলাত আছে ।
-> 1998 ত ৰাষ্ট্ৰীয় উদ্যান (National Park) ঘোষণা ।
-> 2000 চনত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ (Manas Tiger Reserve) পিছত ইয়াত দ্বিতীয়টো ব্যাঘ্ৰ প্ৰকল্পৰ (Tiger Reserve Project) শুভাৰাম্ভ কৰা হয় ।
অসমৰ অভয়াৰণ্য (Wild life sanctuaries of Assam) :
-অসমত মুঠ 18 খন অভয়াৰণ্য আছে ।
1. গৰমপানী অভয়াৰণ্য (Garampani wildlife sanctuary) :
-> স্থাপিত (Establish) : 1952
-> স্থান : কাৰ্বি আংলং (Karbi Anglong).
2. লাওখোৱা অভয়াৰণ্য (Laokhowa Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 1972
-> স্থান : নগাঁও (Nagaon)
3. বৰনদী অভয়াৰণ্য (Barnadi Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 1980
-> স্থান : ওদালগুৰি (Udalguri)
4. পবিতৰা অভয়াৰণ্য (Pabitara Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 1987
-> স্থান : মৰিগাঁও (Marigaon)
5. দীপৰ বিল অভয়াৰণ্য (Deepor Beel Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 1989
-> স্থান - কামৰূপ (মেট্ৰ') [ Kamrup (Metro)]
-> 2002 ৰ নৱেম্বৰ মাহত ৰামসাৰ সন্মিলনত (Ramsar Convention) দীপৰ বিলক আদ্ৰভূমি( Wetland) হিচাপে নিৰ্বাচিত কৰা হয় ।
6. চক্ৰশিলা অভয়াৰণ্য (Chakrashila Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 1994
-> ধুবুৰী (Dhubri) আৰু কোকৰাঝাৰ (Korajhar)
-> সোনালী বান্দৰ (Golden Langur)ৰ বাবে বিখ্যাত ।
7. বুঢ়াচাপৰি অভয়াৰণ্য (Burachapari Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 1995
-> স্থান : শোনিতপুৰ (Sonitpur)
8. পানী দিহিং পক্ষী অভয়াৰণ্য (Panidihing Bird Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 1996
-> স্থান : শিৱসাগৰ (Shivsagar)
9. হলংপাৰ গিবন অভয়াৰণ্য (Hollongpar Gibbon Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 1997
-> স্থান : যোৰহাট (Jorhat)
10. সোনাই ৰূপাই অভয়াৰণ্য (Sonai Rupai Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 1998
-> স্থান : তেজপুৰ (Tezpur)
11. ভেৰজান-বৰাজান-পদুমনি অভয়াৰণ্য (Bherjan-Borajan-Podumini Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 1999
-> স্থান : তিনিচুকীয়া (Tinsukia)
12. নামবৰ অভয়াৰণ্য (Nambar Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 2000
-> স্থান : কাৰ্বি আংলং (Karbi Anglang)
13. পূৱ কাৰ্বি আংলং অভয়াৰণ্য (East Karbi Anglong Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 2000
-> স্থান : কাৰ্বি আংলং (Karbi Anglong)
14. মাৰাট লংৰী অভয়াৰণ্য (Marat Longri Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 2003
-> স্থান : কাৰ্বি আংলং (Karbi Anglong)
15. নামবৰ দৈগ্ৰুং অভয়াৰণ্য (Nambor Doigrung Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 2003
-> স্থান : গোলাঘাট (Golaghat)
16. বৰাইল অভয়াৰণ্য (Borail Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 2004
->স্থান : কাছাৰ (Cachar) আৰু ডিমা হাচাও (Dima Hasao)
17. দিহিং পাটকাই অভয়াৰণ্য ( Dehing Patkai Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 2004
-> স্থান : ডিব্ৰুগড় (Dibrugarh) আৰু তিনিচুকীয়া (Tinsukia)
18. আমচাং অভয়াৰণ্য (Amchang Wildlife sanctuary ) :
-> স্থাপিত (Establish) : 2004
-> স্থান : গুৱাহাটী (Guwahati)
নতুনকৈ পৰিকল্পিত 2 খন অভয়াৰণ্য (2 newly proposed Wildlife Sanctuary)
1. বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য (Bordoibam Bilmukh Wildlife sanctuary ) :
-> ধেমাজি (Dhemaji) আৰু লক্ষীমপুৰ (Lakhimpur) ত অৱস্থিত ।
2. উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য (North Karbi Anglong Wildlife sanctuary ) :
-> এইখন কাৰ্বি আংলং স্বায়ত্বশাসিত জিলাত (Karbi Anglong autonomous district) আছে ।
Note:
ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্প (Tiger reserve project):
অসমত মুঠ 3 টা ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্প আছে -
1. মানাহ ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্প (Manas Tiger reserve project) - (আৰম্ভ -1973)
2. নামেৰী ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্প (Nameri Tiger reserve project) - (আৰম্ভ -2000)
3. কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্প (Kaziranga Tiger reserve project) - (আৰম্ভ -2006)
হাতী সংৰক্ষণ প্ৰকল্প (Elephant reserve project):
অসমত মুঠ 5 টা হাতী সংৰক্ষণ প্ৰকল্প আছে -
1. কাজিৰঙা - কাৰ্বি আংলং হাতী সংৰক্ষণ প্ৰকল্প (Kaziranga - Elephant reserve project) (আৰম্ভ -2003)
2. শোনিতপুৰ হাতী সংৰক্ষণ প্ৰকল্প (Sonitpur Elephant reserve project) (আৰম্ভ -2003)
3. দিহিং-পাটকাই হাতী সংৰক্ষণ প্ৰকল্প (Dehing-Patkai Elephant reserve project) (আৰম্ভ -2003)
4. চিৰাং-ৰিপু হাতী সংৰক্ষণ প্ৰকল্প (Chirang-Ripu Elephant reserve project) (আৰম্ভ -2003)
5. ধনশিৰি-লাংদিং হাতী সংৰক্ষণ প্ৰকল্প (Dhansiri-Lungding Elephant reserve project)(আৰম্ভ -2003)
সংৰক্ষিত বনাঞ্চল (Biosphere Reserve):
1. মানাহ সংৰক্ষিত বনাঞ্চল (Manas Biosphere Reserve) ( আৰম্ভ - 1989)
2. ডিব্ৰু-ছৈখোৱা সংৰক্ষিত বনাঞ্চল (Dibru - Saikhoa Biosphere Reserve) ( আৰম্ভ - 1997)
1 Comments
It's helpful
ReplyDeleteThank you